Tuesday, 14 May 2013

এটা সৰু প্ৰেমৰ গল্প ‘‘সন্ধিয়া ৭-৪৫ৰ পৰা ৯-৪৫ কাহিনী’’ (মূল ৰচনা : অগ্নিশ্বৰ মিত্ৰ)


(মোৰ এজন বন্ধু অগ্নিশ্বৰ মিত্ৰ ৷ সাংঘাতিক লেখি দিয়ে মাজে মাজে ৷ পাছে তেওঁ এতিয়ালৈকে কোনো ব্লগ তৈয়াৰ কৰা নাই৷ গতিকে তেওঁৰ এই লেখাটো বৰ্তমান ইয়াতেই সংৰক্ষণ কৰি ৰাখিছো ৷ )

পত্নী : তুমি কত আছা ?
পতি : জি.এছ. ৰোডতে আছো ...... কোৱা !
পত্নী : মোৰ ভোক লাগিছে. কিবা এটা আনিবা নেকি ?
পতি : কি লাগে কোৱা ৷

.......... ২ মিনিটমানৰ নীৰৱতা.............

পতি : নোকোৱা কিয় ? হাত বিষাই গৈছে মোবাইল ধৰি ধৰি ৷
পত্নী : ছিকেন মোমো আনিবা দেই ৷ ..................................................... নানিবা ৷ ............ এক প্লেট বেছি হব নেকি ? ............তাত আৰু কি কি পায় ?
পতি : ইয়াত মোমো, বাৰ্গাৰ, ৰোল, তন্ডুৰী ছিকেন, ছানাচুৰ, দাৰু, ছিগাৰেট পায় ৷

.........................আকৌ নীৰৱতা ..........
পতি : কি আনিম তোমাৰ কাৰনে ?
পত্নী : শুনা না ! যদি ছানাচুৰৱালা আহে তাক হাত ধুব দিবা ৷ তাৰ পাছত ছানাখিনি বনাবলৈ দিবা ৷ সিহঁতে ছানা খায় নহয় ?
পতি : গম পালো ৷ ফোন থোৱা ৷
পত্নী : মোমো নানিবা ৷ বেছি হৈ যাব ৷ বাৰ্গাৰত বহুতে বেছি ফেটছ আছে, তন্ডুৰী ছিকেন নাখাওঁ দিয়া ৷ তন্ডুৰীবোৰ পুৰণা হব ছাগৈ ৷ ভেজ মোমো পোৱা যাম নেকি ?
পতি : পাম, কিন্তু মিঠাইৰ দোকানলৈ যাব লাগিব ৷
পত্নী : কিয় ?
পতি : মান অহা কাইলৈৰ ছিংৰাকেইটা বইল কৰি আনিব লাগিব ৷

.........................আকৌ নীৰৱতা ..........
পতি : ফোন থোৱা ৷ ঘৰ গৈ কথা পাতিম ৷

No comments:

Post a Comment