বিনম্ৰ অনুৰোধ পঢ়ি উঠি গালি নাপাৰিব ৷ সঁচা কথা কৈছো লিখিবলৈ মন নাছিল ৷ পাছে কেইবাজন বন্ধুৱে কৈ আছিল, ‘‘আব্বে তই ১৮ + অলপ নিলিখ কিয় ?‘‘ বন্ধুৰ কথা পেলাব নোৱাৰিহে লিখিছো ৷
.
.
.
এতিয়া লিখিবলৈ লৈ ভাবিছো, ‘‘মই হ‘লো অংকৰ শিক্ষক ৷ আই.আই.টি.ৰ প্ৰবেশিকা পৰীক্ষাৰ বাবে অংক শিকাওঁ ৷ ইন্টিগ্ৰেট কেলকুলাছ, ডিফাৰেঞ্চিয়েল কেলকুলাছ আদিৰ কথা ঘন্টাৰ পাছত ঘন্টা লেকচাৰ দিব পাৰিম ৷ কিন্তু ১৮ + ৰ ওপৰত কি নো লিখিম ?‘‘
.
.
.
লিখিবলৈ লৈ আকৌ ভাবিলো, ‘‘১৮ + ৰ ওপৰত লিখিলে বেয়া হ‘ব নেকি ? কোনোবাই যদি কিবা ভাবে ? এহ্ কিনো হ‘ব ? কিবা বেয়া কথা নিলিখো নহয় !‘‘
.
.
.
.
১৮ +১ = ১৯
১৮ +২ = ২০
১৮ +৩ = ২১
১৮ +৪ = ২২
১৮ +৫ = ২৩
হ‘ব আৰু নহয় নে ?
No comments:
Post a Comment