এটা জোনাক নিশা মই আপোন ভাবত বিভোৰহৈ গৈ আছো, চেগুনবাৰীৰ
সেই অকলশৰীয়া বাটটোৰে ৷
সুহুৰি মাৰি মাৰি গাই আছিলো
সুৰাত মগন ভয়াল ৰাতি.............
মই নিজেও অকমান মগন আছিলো ৷
হঠাতে ক’ৰ পৰা জানো বৰষুণ এজাক আহিল ৷ খপজপকৈ ছাতিটো মেলি ল’লো ৷
দুখোজ দিছোহে মাথো, এনেতে পাছফালৰ পৰা কোনোবাই মাত দিলে — প্ৰবাল নহয় জানো??
ঘুৰি চাই দেখিলো এখন চিনাকি মুখ ৷ কোন মনত পেলাব পৰা নাই ৷ কিন্তু এক অপৰূপ সুন্দৰী !
সুন্দৰীয়ে মোক ক’লে — এনেকৈ চায়ে থাকিবা নে মোকো ছাতোটোৰ তলত সোমাবলৈ মাতিবা ???
কথা শুনি মোৰ বুকুৰ ধপ ধপনি বাঢ়ি গ’ল ৷
কোনোমতে মাতটো উলিয়াই ক’লো — আহা, আহা, সেইটোনো সুধিব লাগে নেকি ???
একে লগে গৈ আছো ৷ মোৰ কিলাকুটিত তাইৰ হাতখন লাগি যায় মাজে মাজে ৷ ক’ব নোৱাৰাকৈয়ে ৰোমাঞ্চিত হৈ উঠো ৷ নাকত লাগিছেহি এটা মিঠা সুবাস !
ভাবি আছো কি কথা পাতো ??
মনলৈ মাত্ৰ এটাই কথা আহিছে
‘পিয়্যাৰ হুৱা, ইকৰাৰ হুৱা,পিয়্যাৰ ছে ফিৰ কিউ দৰতা হ্যায় ডিল.......’
সুন্দৰীয়ে ক’লে — তুমি ইমান ধুনীয়াকৈ গাইছা ৷ পিয়্যাৰ হৈ গ’ল নেকি ??
মই আচৰিতহৈ সুধিলো — তুমি কেনেকৈ গম পালা মই কি গান গাই আছো ??
সুন্দৰীয়ে ক’লে — মই তোমাৰ জনম জন্মান্তৰৰ লগৰী ৷ মই তোমাৰ সকলো কথা জানো !!!
মোৰ হৃৎপিন্ড মোৰ মগজুৰ কাবু বাহিৰলৈ ওলাই গৈছে ৷ কি ক’ম কি নক’ম ভাবি পোৱা নাই ৷
হঠাতে বিজুলীৰ পোহৰত মোৰ চকু পৰিল সুন্দৰীৰ ওপৰত ৷
মই মাথো ক’লো — বাইদেউ ছাতিটো লৈ আপুনিয়ে গৈ থাকক !!!
ছাতিটো এৰি মই দৌৰ মাৰিলো ওচৰতে থকা ৰামলালৰ সৰু দোকানখনলৈ ৷
নদৌৰিম????? তাই ভৰিৰ পতা দুখন পাছফাললৈ ওভট খাই আছিল !!!!!!!!!!!!!

gud,,,n scarry
ReplyDeleteho ho ho!!!!!!!!!!!!!!
ReplyDeletesuper!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!
Ki kaarne je pohilu nohoi! :x :x :x
ReplyDelete@ Sunshine,
ReplyDeletevaal nasil neki????
Honest and excellent expression. Enjoyed the turn of events!
ReplyDelete@ Rupam Mahanta,
Deletethank you!!
hope to see you more often in my blog.
will be a great encouragment
Hundr
ReplyDelete