Saturday 15 September 2012

মোৰ পেইন্টিং




মোৰ পেইন্টিং           


যোৱা কেইদিনমান ধৰি মই কেইবাখনো abstract পেইন্টিং কৰি আছো, সাংঘাটিক ধৰনৰ abstract ৷ কোনোধৰনৰ তুলিকা ব্যৱহাৰ কৰা নাই ,কোনোধৰনৰ ৰং ব্যৱহাৰ কৰা নাই , কোনোধৰনৰ কেনভাছ ব্যৱহাৰ কৰা নাই ৷
.
.
.
.
.
.
.
.
.
.
.
.
.
মই ভাবি আছো মাথো এক এবস্ট্ৰেক্ট পেইন্টিংৰ কথা

1 comment: