২ ঘন্টীয়া সাধু: তুমহাৰী ভাবী বহ’ত আন্ডাৰষ্টেন্ডিং হ্যায়
(মূল ৰচনা – অগ্নিশ্বৰ মিত্ৰ)
(মূল ৰচনা – অগ্নিশ্বৰ মিত্ৰ)
---------------------------
জৈন চাহাব মানুহজন বেছ ৰসিক ৷ তেখেত কম্পিউটাৰ ব্যৱসায়ৰ সৈতে জড়িত ৷ বয়স প্ৰায় ৫০ মান হৈছে ৷

লগ পালেই কয়, ‘‘ছল
বেটা পাৰ্টী কৰতে হ্যায় (আৰে ভাই, পাৰ্টী কৰো ব’লা) !’’
মই যদি কেতিয়াবা সোধো, ‘‘আপ জো পাৰ্টী কৰতে হো, ভাবীজী
কুছ নেহী ব’লতি হ্যায় ক্যা (আপুনি যে পাৰ্টী কৰি থাকে
বৌৱে একো নকয়) ?’’
জৈন চাহাবে লগে লগে উত্তৰ দিয়ে, ‘‘আৰে বেটা তুমহাৰী ভাবীজী বহ’ত আন্ডাৰষ্টেন্ডিং হ্যায় ..... সমঝ তি হ্যায় (আৰে ভাই, তোমাৰ বৌ সাংঘাতিক understanding বিধৰ.....বুজি পাই তেওঁ)’’৷
এদিন সন্ধিয়া আমি ‘নাইট কেপ’ নামৰ বাৰখনত বহি আছো ৷
নিশা ৯-০০ বাজিছে ৷
জৈন চাহাবৰ ফোন বাজি উঠিল ৷
তেখেত অলপ সময় শুনি থাকিল ৷ তাৰ পাছত,
জৈন চাহাব, ‘‘হাঁ হাঁ

.....আ ৰাহা
হুঁ ৷ খানে মেই ক্যা হ্যায় ?
......অ.কে., অ.কে. বঢ়িয়া হ্যায় ৷
..........মুন্নী
টি.ভি. দেখ ৰেহী হ্যায় ক্যা ?
.... হাঁ হাঁ
.... আ ৰাহা
হুঁ
(অ, অ
.......আহি আছো ৷ কি ৰান্ধিছা
আজি ?
... অ.কে, অ.কে বঢ়িয়া !
... অ.কে, অ.কে বঢ়িয়া !
.... মুন্নীয়ে টি.ভি. চাই আছে
?
.... (অ, অ
.......আহি আছো) ৷’’
তাৰ পাছতে তেখেত মোৰ ফালে চাই তেখেতৰ স্বভাবসিদ্ধ হাঁহিটো মাৰি ক’লে, ‘‘হাঁ বেটা তু ব’ল আভি (অ অ, তুমি কোৱা এতিয়া )’’
কথা পাতি আছো, জৈন চাহাৰ ফোন আকৌ বাজি উঠিল ৷
জৈন চাহাব, ‘‘আৰে ব’লা না..... আ ৰাহা হুঁ ৷ তুম খানা গৰম ক’ৰো ৷....... হাঁ হাঁ আভি পৌহঁছ ৰাহা হুঁ ৷ ...... হাঁ হাঁ মুন্নী বেটা ৫ মিনট মেই পৌহঁছ ৰাহা হুঁ (আৰে কৈছো নহয়..........আহি আছো ৷ তুমি খোৱাখিনি গৰম কৰা .......গৈ পাই আছো.......অ, অ মুন্নী, মাত্ৰ ৫ মিনিটতে পাই আছো সোনজনী) ৷’’
নিশা ১০-৫০ বাজিছে
জৈন চাহাবে মোৰ ফালে চাই কৈ উঠিল, ‘‘হাঁ বেটা, তু ক্যা ব’ল ৰাহা থা ? হাঃ হাঃ হাঃ ৷ হাঁ আজ কাল ধান্ডা নেহী ছল ৰাহা হ্যায় ৷ টাইম খাৰাব ছল ৰাহা হ্যায় (অ অ, কি কৈ আছিলা তুমি ? হাঃ হাঃ হাঃ ৷ আজি কালি ব্যৱসায় মন্দ ৷ বৰ বেয়া সময় চলিছে ) ৷’’
আকৌ জৈন চাহাবৰ ফোনটোত বাজি উঠিল ‘‘হেল’ হানী বানী, হেল’ হানী বানী...ট’ক’ ট’ক’ ..’’
জৈন চাহাব, ‘‘কিউ ? ...নেহী !!! ছল যা, মেই নেহী আউংগা ৷ ক্যা কৰ লেগী তুঁ (কিয়. ?....... নাই!!! মই ঘৰলৈ নাহোঁ ৷ কি কৰিবা তুমি)?’’
নাইট কেপৰ ৱেইটৰজনলৈ চাই চিঞৰ মাৰিলে, ‘‘তিন পেগ ঔৰ লেকে আউ (আৰু তিনিটা পেগ আনা)!!’’
মই লাহে কৈ সুধিলো, ‘‘জৈন চাহাব....অল অ.কে ? চব ঠিক হ্যায় না ? (জৈন চাহাব........সকলো ঠিকে আছে নহয়?)’’
জৈন চাহাব, ‘‘আৰে বেটা এইছা কই বাত নেহী..... তুমহাৰী ভাবী বহ’ত আন্ডাৰষ্টেন্ডিং হ্যায় ৷ মেৰা শশুৰ ফায়াৰ ব্ৰীগেড মেই থে ৷ ত’হ বেটী নে চিখ লিয়া কি পেহলে বাত ক’ৰো, ফিৰ জ্বালা ডো, ফীৰ বুঝাও, ঔৰ ফীৰ ক্ৰেডিট লে ল’ আপনে নাম ৷ (আৰে ভাই, এনেকুৱা একো কথা নাই.....তোমাৰ বৌৱে বৰ আন্ডাৰষ্টেন্ডিং ৷ মোৰ শহুৰ ফায়াৰ ব্ৰীগেডত আছিল ৷ জীয়েকে তেখেৰ পৰায়ে শিকিলে ৷ প্ৰথমে কথা পাতা, তাৰ পাছত জ্বলোৱা, তাৰ পাছত নুমুৱা আৰু তাৰ পাছত নিজেই ক্ৰেডিট লৈ লোৱা) ৷’’
মই ক’লো, ‘‘জৈন চাহাব আপকা পেচেঞ্চ মান না পড়েগা (জৈন চাহাব আপোনাৰ ধৈৰ্য্য মানিব লাগিব)৷’’
জৈন চাহাবে উত্তৰ দিলে, ‘‘বেটা য়েহ পেচেঞ্চ নেহী হ্যায়, য়েহ পাষ্ট টেঞ্চ হ্যায় ৷ যিতনা জলডি কই সমঝে উন কে লিয়ে উৎনাহি আটছা (বাছা, ইয়াত ধৈৰ্য্যৰ কথা নাই ৷ এইটো অতীত কাল ৷ যিমান সোনকালে বুজিবা সিমানে ভাল) ৷’’
মই বুজি পালো, আপুনি পালে নে বাৰু?

No comments:
Post a Comment